audio audioduration (s) 1.02 14.8 | text stringlengths 7 116 | gender class label 2
classes |
|---|---|---|
তৰুণ গগৈৰ নেতৃত্বত মন্ত্ৰী হব নোখোজা সকলোকে | 1male | |
ভাৰত আৰু ভূটাৱে যুটীয়াভাৱে স্থাপন কৰিব লগা | 1male | |
খোলংশ্বু জলবিদ্যুৎ প্ৰকল্পৰ কালি ভূটানৰ সংসদত | 1male | |
প্ৰলয় সন্দৰ্ভত অসমৰ জাতীয় সংগঠন সমূহে | 1male | |
অধ্যক্ষ আৰু একাংশ শিক্ষক গোটৰ মাজৰ শীতল যুদ্ধক | 1male | |
তৰ্কা তৰ্কিৰে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ | 1male | |
লগতে বিতৰ্কৰ মাজলৈ অহা অধ্যক্ষ ঘনশ্যাম নাথকো | 1male | |
ৰঙিয়াত ইটাভাতী আৰু শিল ক্ৰাচাৰৰ ভয়াবহ প্ৰদূষণৰ সংবাদ শিৰোনামা | 1male | |
প্ৰদূষণ নিয়ন্ত্ৰণ মোটা ৰকম কৰাৰ সুবিধা থকা | 1male | |
ধুবুৰীৰ চৰ অঞ্চলত স্বাস্থ্য সেৱাৰ নামত প্ৰসহনৰ বাতৰি প্ৰথমে নাৱেৰে | 1male | |
শনিবাৰে ঠেলাতে এটি সন্তানৰ জন্ম দিয়া মাতৃগৰাকীলৈকো | 1male | |
বানত উটিযোৱা পগলাহাট জলডোৰা পথৰ | 1male | |
দান বৰঙণিৰে নিৰ্মাণ কৰা সাঁকোৱেই | 1male | |
বিসম্বাদী জ্বৰত আক্ৰান্ত হোৱাৰ বাবেহে | 1male | |
টাঙোন দি খেদিব বুলিও গগৈচাৰে প্ৰকাশ কৰিছে | 1male | |
নামনি লখিমপুৰত অবৈধ কুৱেৰী আৰু কাঠ ফলা মিলৰ | 1male | |
বনবিভাগৰ মানুহে নিয়া নিয়মীয়া হিচাব পোৱাতহে | 1male | |
বিহপুৰীয়া নগৰত ফটা ছাতিৰ ঘটনাত | 1male | |
চেষ্টা কৰা পৰিবহন বিষয়াক লপা থপা দিলে | 1male | |
বনগাঁৱত ডাইনী সন্দেহত গোষ্ঠী সংঘৰ্ষৰ সূচনা হোৱাত | 1male | |
গৰিহণা দিছে তাবিজধাৰী সচেতন ব্যক্তি সন্থাই | 1male | |
উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল | 1male | |
আৰু কোনকেইখনত আসন পোৱাৰ সম্ভাৱনা আছে | 1male | |
পৰীক্ষাত সুকীৰ্তিৰে উত্তীৰ্ণ হবৰ বাবেই | 1male | |
আমি আমাৰ সন্তানক এখন ভাল শিক্ষানুষ্ঠানত পঢ়ুৱাব খোজোঁ | 1male | |
পিছে এই ভাল শিক্ষানুষ্ঠানৰ সংজ্ঞাটোনো কি | 1male | |
এনে এক অনুষ্ঠান যি এটি মানৱ কিশোৰক | 1male | |
তাৰ যিসকল ককাক আজোককাকৰ জীৱন জোৰা | 1male | |
প্ৰকৃতিৰ চূড়ান্ত সত্যবোৰৰ সৈতে চিনাকী কৰি দিয়ে | 1male | |
অনাৱিষ্কৃত ৰহস্যবোৰৰ বিষয়ে অধ্যয়ন কৰিবলৈ | 1male | |
সকলো প্ৰাণীৰে প্ৰতি সহানুভৱ হবলৈ শিকায় | 1male | |
মূল্যায়ণ কৰিবলৈ শিকায় দয়া মমতা সহনশীলতা আদি | 1male | |
মানৱীয় গুণেৰে বিভূষিতা হৈ নিজৰ ব্যক্তিত্বক গঢ় দি | 1male | |
এনে শিক্ষানুষ্ঠানেই হৈছে মানুহ গঢ়াৰ কমাৰশাল | 1male | |
বৰ্তমানে এনে আদৰ্শ শিক্ষানুষ্ঠান কেইখননো আছে | 1male | |
গভীৰ আদৰ্শগত ধ্যান ধাৰণাৰে বিচাৰ নকৰি | 1male | |
ছাত্ৰ ছাত্ৰীৰ মানসিক স্তৰক বুজিবপৰা ভাল শিক্ষক থকা | 1male | |
শৈক্ষিক আঁচ বাব তথা সঁজুলী পূ্ৰ্ণমাত্ৰাই উপলব্ধ হোৱা | 1male | |
শিক্ষানুষ্ঠানকেই আমি বুজি পোৱা উচিত | 1male | |
অনানুষ্ঠানিকভাৱেই পৰীক্ষাত ভাল ফলাফল সক্ষম হয় | 1male | |
আমাৰ দেশৰ কেইবাখনো বহল প্ৰচাৰিত আলোচনী | 1male | |
তথা বাতৰি কাকতে ভিন ভিন শৈক্ষিক ক্ষেত্ৰৰ | 1male | |
এই সমীক্ষাবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ো | 1male | |
এই আপাহতে জনাওঁ যে জনপ্ৰিয় আলোচনীৰ | 1male | |
এনে অনুষ্ঠানত পঢ়িবৰ বাবে যৎপৰোনাস্তি কৰা উচিত | 1male | |
তেন্তে যোৱা পাঁচ ছয় বছৰত সেই অনুষ্ঠানৰ | 1male | |
তাৰ এটা গম লবৰ বাবেই নামভৰ্তিৰ আগয়ে | 1male | |
পৰীক্ষাগাৰ শ্ৰেণীকোঠা পৰিদৰ্শনো সমানেই দৰকাৰী | 1male | |
শিক্ষণৰ সা সঁজুলী আচঁ বাব ভালদৰে নথকা | 1male | |
এখন মহাবিদ্যালয়ত পঢ়িলে আপোনাৰ সন্তানে বিষয়টোৰ | 1male | |
নাচোৰবান্দা হৈ মাক দেউতাককো সৈমান কৰে | 1male | |
যদিও বিদ্যালয়ত লগপোৱা বন্ধুসকল বহু হেঁপাহৰ | 1male | |
কেতিয়াবা আকৌ উৎকৃষ্ট শিক্ষানুষ্ঠানত পঢ়িও | 1male | |
কোনো কোনো শিক্ষাৰ্থীয়ে আশানুৰূপ | 1male | |
ভাল ফলাফল অৰ্জন কৰা সম্ভৱ নহয় | 1male | |
যিদৰে এটা গণিতীয় সমীকৰণৰ সোঁফালৰপৰা বাঁওফাল | 1male | |
আৰু বাঁওফালৰ পৰা গৈ সোঁফালক প্ৰতিপন্ন কৰিব পাৰি | 1male | |
গ্ৰহণযোগ্য ৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ সুখবৰ | 1male |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.